Wednesday, 8 March 2017

জঈফ হাদীছৰ ওপৰত আমল কৰাত সমস্যা ক'ত? :দাঈফ হাদীস কোন ক্ষেত্রেই গ্রহণীয় নয় ভাই , দেখুন -

জঈফ হাদীছৰ ওপৰত আমল কৰাত সমস্যা ক'ত???
____________________________________________
আচ্ছালামু'আলাইকুম।
বহুতে কয় বিশেষকৈ হানাফিসকলৰ অথবা মাজহাবৰ প্রতি দুর্বল বহুতেই এই দাবী কৰি থাকে যে, জঈফ বা দুর্বল হাদীছৰ ওপৰত আমল কৰাত সমস্যা কি আছে? জঈফ হাদীছ তো ছহীহও হব পাৰে। তেনেহ'লে জঈফ হাদীছৰ ওপৰত আমল কৰিলে সেইটো বিদ'আত হয় কেনেকৈ?
.
ইয়াৰ উত্তৰত কব পাৰি যে, জঈফ হাদীছ ছহীহ হ’ব পাৰে। কিন্তু সেইটো তো একেবাৰে মিছাও হ’ব পাৰে। তেনেহ'লে প্রথমেই দেখা গৈছে যে, ইয়াত এটা বিৰাট "কিন্তু" আছে আৰু আল্লাহৰ দ্বীনৰ ক্ষেত্ৰত কোনো "কিন্তু" থাকিব নোৱাৰে। বৰং আল্লাহৰ দ্বীনৰ ক্ষেত্ৰত থাকিব লাগিব একেবাৰেই নিশ্চিত যে- হয়, এইটো একেবাৰে ১০০% গ্যাৰান্টি সহকাৰেই আল্লাহৰ তৰফৰ পৰা আহিছে। দ্বীনৰ ক্ষেত্ৰত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে যিবোৰ কৈছে, সেই সকলোবোৰ স্বয়ং আল্লাহৰ পৰা আহিছে, যি কুৰআনত বিদ্যমান আছে আৰু বিদ্যমান আছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ প্রমাণিত হাদীছৰ মাজত। গতিকে আল্লাহৰ পৰা অহা যিকোনো কথা একেবাৰে ১০০% নিশ্চিত নহ'লে দ্বীনৰ ক্ষেত্ৰত কোনো কথাৰ ওপৰত আমল কৰা জায়েজ নহয় আৰু আল্লাহ সম্পর্কে বা আল্লাহৰ দ্বীন সম্পর্কে একেবাৰে স্বচ্ছ প্রমাণৰ বাহিৰে কথা কোৱা বা আমল কৰা আল্লাহ বা আল্লাহৰ দ্বীন সম্পর্কে মিথ্যাৰোপ কৰাৰ সৈতে চামিল, যি এটা চিৰিয়াচ ক্রাইম আৰু কঠিন গুনাহৰ কাম। আল্লাহে কুৰআনত কৈছে,
وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا أَوْ كَذَّبَ بِآيَاتِهِ ۗ إِنَّهُ لَا يُفْلِحُ الظَّالِمُونَ
“যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় যালিমসকলে সফলতা লাভ কৰিব নোৱাৰে।" (ছুৰা আন'আমঃ আয়াত ২১)।
আল্লাহে পুনৰ কৈছে,
قَالَ لَهُمْ مُوسَىٰ وَيْلَكُمْ لَا تَفْتَرُوا عَلَى اللَّهِ كَذِبًا فَيُسْحِتَكُمْ بِعَذَابٍ ۖ وَقَدْ خَابَ مَنِ افْتَرَىٰ
“মুছাই সিহঁতক ক’লে, ‘দূৰ্ভোগ তোমালোকৰ! তোমালোকে আল্লাহৰ ওপৰত মিছা আৰোপ নকৰিবা। অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব, আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সিয়েই ব্যৰ্থ হৈছে।" (ছুৰা ত্বহাঃ আয়াত ৬১)।
আল্লাহে কুৰআনত বাৰে বাৰে আন্দাজ-অনুমানৰ ওপৰত ভিত্তি কৰি কথা কবলৈ নিষেধ কৰিছে। আল্লাহে কৈছে,
إِنَّمَا يَأْمُرُكُمْ بِالسُّوءِ وَالْفَحْشَاءِ وَأَنْ تَقُولُوا عَلَى اللَّهِ مَا لَا تَعْلَمُونَ
“নিশ্চয় সি (চয়তানে) তোমালোকক কেৱল বেয়া আৰু অশ্লীল কামৰ আদেশ দিয়ে আৰু আল্লাহ সম্পৰ্কে এনেবোৰ বিষয় কয় (আদেশ দিয়ে) যিটো তোমালোকে নাজানা।” (ছুৰা বাক্বাৰাহঃ আয়াত ১৬৯)।
প্রথমেই কৈছোঁ যে, যিসকলে ধাৰণা কৰে যে, জঈফ হাদীছ তো ছহীহও হ’ব পাৰে, সিহঁতক কওঁ যে, জঈফ হাদীছ তো মিছাও হ’ব পাৰে।
আল্লাহৰ ৰাছুল চাল্লাল্লাহু 'আলাইহি ৱাছাল্লামে কৈছে,
“মই যি কোৱা নাই সেই কথা যিয়ে মোৰ নামত কব বা প্ৰচাৰ কৰিব তাৰ আবাসস্থল হ’ব জাহান্নাম" (ছহীহুল বুখাৰী)।
.
গতিকে, কোনো হাদীছৰ ক্ষেত্ৰত একেবাৰে নিশ্চিত নবীৰ কথা বুলি যেতিয়ালৈকে প্রমাণিত নহ'ব, তেতিয়ালৈকে তাৰ ওপৰত আমল কৰাৰ কথা চিন্তাও কৰিব পৰা নাযাব আৰু ইয়াৰ কাৰণ হ'ল দ্বীনৰ বিষয়ত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কথা মানেই স্বয়ং আল্লাহৰ কথা। এইকাৰণে দ্বীনৰ ক্ষেত্ৰত একেবাৰে ১০০% নিশ্চিত নহ'লে একোৰে ওপৰত আমল কৰা জায়েজ নাই। জঈফ বা দুর্বল হাদীছৰ ওপৰত আমল কৰা মানে সন্দেহৰ ওপৰত আমল কৰা। আল্লাহৰ দ্বীন সন্দেহৰ ওপৰত প্রতিষ্ঠিত নহয়। বৰং আল্লাহৰ দ্বীন দিনৰ পোহৰৰ দৰে স্বচ্ছ আৰু পৰিষ্কাৰ আৰু ইয়াৰ ওপৰতেই আল্লাহৰ দ্বীন প্রতিষ্ঠিত। গতিকে, দ্বীনৰ বিষয়ত কোনো এটা নিশ্চিত নহৈ, হাদীছৰ ক্ষেত্রত ছহীহ অথবা কমপক্ষে হাছান সূত্রে প্রমাণিত নহ'লে সেই হাদীছৰ ওপৰত আমল কৰাৰ ক্ষেত্ৰত আল্লাহক ভয় কৰা উচিত। এইটো দ্বীনৰ বিষয় আৰু এই বিষয়ত অত্যন্ত সতর্ক থকাটো নিত্যান্তই আৱশ্যক। যিহেতু জঈফ হাদীছ সন্দেহৰ ওপৰত ভিত্তি কৰি আহে আৰু যিহেতু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা স্পষ্টভাৱে প্রমাণিত নহয়, সেয়ে মুহাদ্দিছীন-উলামায়ে কিৰামৰ ভাষ্য অনুযায়ী জঈফৰ ওপৰত আমল কৰা হ'ল বিদ'আত। তাৰোপৰি যদি কোনোবাই কয় যে, জঈফ হাদীছ যিহেতু ছহীহও হ’ব পাৰে, তেনেহ'লে কোনো জঈফ হাদীছৰ ওপৰত আমলকাৰীক বিদ'আতি বুলিলে তো নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত মিথ্যাচাৰও হ’ব পাৰে।
তেনেহ'লে একেদৰে তাৰ কথাক উলোতাই দি কব পাৰি যে, জঈফ হাদীছ ছহীহ হ’ব পাৰে, তেনেকৈ তো সেইটো মিছাও হ’ব পাৰে, যিটো আগতেই কোৱা হৈছে। মিছাৰ ওপৰত আমল কৰিলে তো কেৱল বিদ'আতেই নহয় বৰং আৰু কিছু হ’ব পাৰে। হাদীছ যেতিয়া জঈফ হিচাবে চিহ্নিত হয়, তেতিয়া সি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা আহিছে বুলি প্রমাণিত নহয় আৰু যি ৰাছুলুলাহ চাল্লাল্লাহ আলাইহি ৱাছাল্লামৰ পৰা প্রমাণিত নহয়, সেইটোৰ ওপৰত আমল কৰাই তো বিদ'আত। একেবাৰেই simple বিষয়। আৰু আল্লাহে কুৰআনত স্পষ্টভাৱে সন্দেহৰ পৰা দূৰত থাকিবলৈ কৈছে, আন্দাজ-অনুমানৰ ওপৰত নির্ভৰ কৰিবলৈ নিষেধ কৰিছে। আল্লাহে তেওঁৰ দ্বীনক আন্দাজ-অনুমানৰ ওপৰত ভিত্তি কৰি নাযিল কৰা নাই। বৰং আল্লাহৰ দ্বীন একেবাৰেই স্বচ্ছ আৰু পৰিষ্কাৰ আৰু এইধৰণৰ প্রশ্ন কৰি যিসকলে পেচাত থাকে, সিহঁতক সুন্দৰভাৱে আৰু সৰলভাৱে বুজাওঁক। তাৰ পিছতো পেচাত থাকিলে আৰু বিতর্ক কৰি থাকিলে তাক এৰি দিয়ক। আপুনি আৰু তাৰ সৈতে তর্ক কৰি নাথাকিব। সিহঁতৰ উদ্দেশ্য হ'ল বিতর্ক কৰা, যিটো চয়তানৰ মহাসাফল্য। চয়তানে বিচাৰে দ্বীনৰ বিষয় লৈ বান্দাই বিতর্কত লিপ্ত হওঁক আৰু এনেকৈ গোমৰাহ হওঁক। আচমানৰ তলত আৰু জমিনৰ ওপৰত যি পৰিমাণ ছহীহ-হাছান হাদীছ আছে, সেই সকলোবোৰৰ ওপৰত আমল কৰিবলৈ এজন মানুহে হয়তো গোটেই জীৱনতো কোনেও নোৱাৰিব। ছহীহ-হাছান হাদীছৰ সংখ্যা হ'ল হাজাৰ হাজাৰ ও অসংখ্য। ইমানবোৰ বিশুদ্ধ হাদীছ থকাৰ পিছতো মানুহে কিয় সন্দেহৰ ফালে ধাবিত হয়। এইটোৱেই তো অন্তৰৰ ৰোগ। এইটোৱেই তো অন্তৰৰ বক্রতা। এইটোৱেইতো মনৰ কু-প্রবৃত্তিৰ অনুসৰণ কৰা।
নিশ্চয় কোনোবাই একেবাৰে নির্ভেজাল খোৱা-বস্তু থাকোতে এনেকুৱা কিবা খাব নিবিচাৰে, যাৰ মাজত এনেকুৱা সন্দেহ আছে যে, সেই খোৱা-বস্তুৰ মাজত বিষো থাকিব পাৰে আৰু নাথাকিবও পাৰে। একেদৰে কাৰোবাৰ মজবুত দালান থাকোতে এনেকুৱা কোনো দুর্বল দালানত ৰাতি কটাব নিবিচাৰে, য'ত সম্ভাৱনা আছে যে এই দালান যি কোনো মূহুর্তত ভাঙি যাব পাৰে। তেনেহ'লে যিটো দ্বীনৰ বিষয়, যাৰ ওপৰত ভিত্তি কৰি আছে আমাৰ পৰকালৰ ফলাফল, তালৈ কিয় আমি ৰিস্ক লৈ যাম আৰু কিয়ইবা আমাৰ সেই সন্দেহযুক্ত আমলবোৰৰ কাৰণে আল্লাহৰ ওচৰত প্রশ্নৰ সন্মুখীন হম? কিয় আমি বিশুদ্ধ থাকোতে দুর্বল বা সন্দেহৰ ফালে ধাবিত হম?
গতিকে, আহক! আমি সকলোৱেই দ্বীনৰ বিষয়ত আল্লাহে যি সু-স্পষ্টভাৱে নাযিল কৰিছে তথা কুৰআন আৰু ছহীহ/হাছান হাদীছৰ ওপৰত আমল কৰোঁ আৰু জাল-জঈফ হাদীছক "না" বুলি ধৰি লওঁ। এইটোৱেই পৰিণামত উৎকৃষ্টতৰ।
.
আল্লাহেই উত্তম জানে।
0000000000000000000000000000000000000000000000000
 

Sunday, 18 September 2016

বাতিল ও মুনকার হাদিস

🔘 বাতিল ও মুনকার হাদিস  ঃ

🔖ইমরান ইবনু হুসাইন (রা) বলেন, রাসুল (সা) কে একদা জিজ্ঞাস করা হল, আল্লাহর এই বানি সম্পর্কে-“নিশ্চয়ই সালাত অশ্লীল ও মন্দ কাজ থেকে বিরত রাখে” তখন তিনি বললেন, যাকে তার সালাত অশ্লীল ও মন্দ কাজ থেকে বিরত রাখে না “তার সালাত হয় না”।

(তাফসির ইবনে কাসির; সিলসিলা ই জইফা হা/৯৮৫, ফাজায়েল এ আমাল পৃঃ ১৭২)📚

🔖তাহকিকঃ
হাদিসটি জইফ। উক্ত বর্ণনার সনদে ইবনু জুনাইদ নামে একজন মিথ্যুক রাবি রয়েছে। মুহাদ্দিসগণ বর্ণনাটিকে মুনকার বলেছেন।

(সিলসিলা ই জইফা হা/৯৮৫৫)📚

Tuesday, 1 September 2015

CONTENTS to be assamese in - http://sis-assam-dalil.blogspot.in/

 CONTENTS to be assamese in -  

------------------------------------------------------------------------------------------------------
 [1]-The concept of ibaadah (or worship) is misunderstood.
 [2]-হাদীছ কাকে বলে? কত প্রকার ও কি কি?



++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++++
 [1]-The concept of ibaadah (or worship) is misunderstood.
[[Abu Waleed UK 
fb-https://www.facebook.com/AbuWaleed2015?fref=nf]]
The concept of ibaadah (or worship) is misunderstood.
Whenever the Ummah were asked to “worship Allah”, they (as with the word Deen) understood the word ibaadah in a limited sense to mean some ritual acts here and there. The Sufi’ movement and Sufism in general, have this understanding where they confine the word ibaadah to ritual acts and activities alone.
After the Sufi’s, there are the people of Irja (i.e. those who make separation between beliefs and actions of a human being), who claim that the Eemaan is only in the heart (qalb). And therefore all the ibaadah is only in the heart, actions are of no consequence to ones Eemaan.
These people confine the concept of ibaadah to be the function of the heart alone. Whereas the correct definition of Eemaan according to the ijmaa of the Salaf of this Ummah and it’s A’immah such as Sheikh ul-Islam ibn Taymiyyah (rh), was that: Eemaan is a saying of the tongue, an action by the limbs and a strong belief in the heart.
This comprehensive definition of Eemaan moulds a person’s inner-self with his outer-self (at-Talaazum).
Likewise, the true meaning of ibaadah is comprehensive, and covers all aspects of life, from our actions and transactions.
Allah (swt) said: “I did not create the man and the jinn except for the purpose to submit , to follow, to obey, to worship, none but me (illah li-abidoon)” [51:56]
+++++++++++++++++++++

[2]-হাদীছ কাকে বলে? কত প্রকার ও কি কি?
1.প্রশ্নঃ হাদীছ কাকে বলে?
উত্তরঃ নবী (সাঃ)এর কথা, কাজ ও সমর্থনকে হাদীছবলে।
2. প্রশ্নঃ হাদীছ কত প্রকার ও কি কি?
উত্তরঃ হাদীছ দুপ্রকারঃ মাকবূল (গ্রহণযোগ্য)হাদীছ ও (মারদূদ) অগ্রহণযোগ্য হাদীছ।
3. প্রশ্নঃ মাকবূল হাদীছ কত প্রকার ও কি কি?
উত্তরঃ মাকবূল হাদীছ দুপ্রকারঃ ছহীহ ও হাসান।
4. প্রশ্নঃ মারদূদ বা অগ্রহণযোগ্য হাদীছ কত প্রকার ও কি কি?
উত্তরঃ দুপ্রকারঃ যঈফ (দুর্বল) ও জাল (বানোয়াট)।
5. প্রশ্নঃ সহীহ হাদীছ কাকে বলে?
উত্তরঃ যে হাদীছটি নির্ভরযোগ্য ও পূর্ণ স্মৃতিশক্তি সম্পন্ন বর্ণনাকারী বর্ণনা করেছেন, উহার সনদ পরস্পর সম্পৃক্ত, তার মধ্যেগোপন কোন ত্রুটি নেই এবং উহা শাযও (তথা অন্য কোন অধিকতর নির্ভরযোগ্য বর্ণনাকারীর বর্ণনার বিরোধী) নয় তাকে সহীহ হাদীছ বলে।
6. প্রশ্নঃ প্রসিদ্ধ হাদীছ গ্রন্থ কয়টি ও কি কি?
উত্তরঃ ৬টি। সহীহ বুখারী, সহীহ মুসলিম, সুনানে তিরমিযী, সুনানে আবু দাউদ, সুনানে নাসাঈ, সুনানে ইবনে মাজাহ।
7. প্রশ্নঃ সিহাহ সিত্তা বলতে কি বুঝায়?
উত্তরঃ হাদীছের ছয়টি গ্রন্থকে বুঝানো হয়। সহীহ বুখারী, সহীহ মুসলিম, সুনানে তিরমিযী, সুনানে আবু দাউদ, সুনানে নাসাঈ, সুনানে ইবনে মাজাহ। (বুখারী ও মুসলিমের সবগুলো এবং অন্য কিতাবগুলোর অধিকাংশ হাদীছ বিশুদ্ধ, তাই এগুলোকে একসাথে সিহাহ সিত্তা বা ছয়টি বিশুদ্ধ হাদীছ গ্রন্থ বলা হয়)
8. প্রশ্নঃ সহীহ বুখারীতে কতটি হাদীছ রয়েছে?
উত্তরঃ ৭০০৮টি। মতান্তরেঃ ৭৫৬৩টি।
9. প্রশ্নঃ সহীহ মুসলিমে কতটি হাদীছ রয়েছে?
উত্তরঃ ৩০৩৩টি।
10. প্রশ্নঃ সুনানে তিরমিযীতে কতটি হাদীছ রয়েছে?
উত্তরঃ ৩৯৫৬টি।
11. প্রশ্নঃ সুনানে আবু দাউদে কতটি হাদীছ রয়েছে?
উত্তরঃ ৫২৭৪টি।
12. প্রশ্নঃ সুনানে নাসাঈতে কতটি হাদীছ রয়েছে?
উত্তরঃ ৫৭৫৮টি।
13. প্রশ্নঃ সুনানে ইবনে মাজাহতে কতটি হাদীছ রয়েছে?
উত্তরঃ ৪৩৪১টি।
14. প্রশ্নঃ হাদীছ গ্রন্থগুলোর মধ্যে কোন কিতাবে সবচেয়ে বেশী হাদীছ সংকলিত হয়েছে? উত্তরঃ মুসনাদে আহমাদে।
15. প্রশ্নঃ মুসনাদে আহমাদে কতটি হাদীছ রয়েছে?
উত্তরঃ ২৭৭৪৬টি।
16. প্রশ্নঃ ছয়টি প্রসিদ্ধ হাদীছ গ্রন্থ ছাড়া আরো ৫টি হাদীছ গ্রন্থের নাম উল্লেখ কর?
উত্তরঃ মুসনাদে আহমাদ, মুআত্ত্বা মালেক, দারাকুত্বনী, সুনানে দারেমী, সুনানে বায়হাক্বী।
17. প্রশ্নঃ রিয়াযুস্ সালেহীন কিতাবটির লিখক কে?
উত্তরঃ ইমাম নভবী।
18. প্রশ্নঃ জাল হাদীছ কাকে বলে?
উত্তরঃ যে কথাটি মানুষে তৈরী করেছে, অতঃপর তানবী (সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম)এর নামে চালিয়ে দেয়া হয়েছে, তাকে জাল হাদীছ বলে।
19. প্রশ্নঃ আল্লাহর কুরআনের পর সর্বাধিক বিশুদ্ধতম গ্রন্থ কোনটি?
উত্তরঃ সহীহ বুখারী।
20. প্রশ্নঃ সহীহ বুখারীর একটি সবচেয়ে প্রসিদ্ধ ভাষ্য (ব্যাখ্যা) গ্রন্থের নাম কি?
উত্তরঃ হাফেয ইবনে হাজার আসকালানী (রহঃ) প্রণীত ফাতহুল বারী।
21. প্রশ্নঃ কোন দুটি হাদীছ গ্রন্থকে সহীহায়ন বলা হয়?
উত্তরঃ সহীহ বুখারী ও সহীহ মুসলিম।
22. প্রশ্নঃ মুত্তাফাকুন আলাইহে বলতে কি বুঝানো হয়?
উত্তরঃ যে হাদীছটি ইমাম বুখারী ও ইমাম মুসলিম নিজ নিজ গ্রন্থে বর্ণনা করেছেন, সে হাদীছ সম্পর্কে বলা হয় মুত্তাফাকুন আলাইহে।
23. প্রশ্নঃ সুনানে তিরমিযীর একটি প্রসিদ্ধ ভাষ্য (ব্যাখ্যা) গ্রন্থের নাম উল্লেখ কর?
উত্তরঃ তুহফাতুল আহওয়াযী। লেখকঃ আবদুর্ রহমান মুবারকপুরী (রহঃ)।
24. প্রশ্নঃ সুনানে আবু দাউদের একটি প্রসিদ্ধ ভাষ্য (ব্যাখ্যা) গ্রন্থের নাম উল্লেখ কর?
উত্তরঃ আউনুল মাবূদ। লেখকঃ শামসূল হক আযীমাবাদী (রহঃ)।
25. প্রশ্নঃ মারফূ হাদীছ কাকে বলে?
উত্তরঃ যে হাদীছটি নবী (সাল্লাল্লাহু আলাইহিওয়া সাল্লাম)এর কথা, কাজ বা সমর্থন হিসেবে উল্লেখ করা হয়েছে তাকে মারফূ হাদীছ বলে।
26. প্রশ্নঃ মাওকূফ হাদীছ কাকে বলে?
উত্তরঃ যে হাদীছটি কোন সাহাবীর কথা, কাজ বা সমর্থন বলে উল্লেখ করা হয়েছে, তাকে মাওকূফ হাদীছ বলে।
27. প্রশ্নঃ মাকতূ হাদীছ কাকে বলে?
উত্তরঃ যে হাদীছটি কোন তাবেঈর কথা, কাজ বা সমর্থন বলে উল্লেখ করা হয়েছে, তাকে মাক্বতূ হাদীছ বলে।
28. প্রশ্নঃ যঈফ হাদীছের কয়েকটি প্রকার উল্লেখ কর?
উত্তরঃ মুরসাল, মুনকাতে, মুযাল, মুনকার, মাক্বলূব, মুয্তারাব ইত্যাদি।
29. প্রশ্নঃ যঈফ হাদীছের উপর আমল করার হুকুম কি?
উত্তরঃ যঈফ হাদীছের উপর আমল করা উচিত নয়।
30. প্রশ্নঃ হাদীছের সনদ বলতে কি বুঝায়?
উত্তরঃ হাদীছ বর্ণনার সময় বর্ণনাকারীদের সিলসিলা বা ধারাবাহিকভাবে তাদের নাম উল্লেখকে সনদ বলা হয়।
31. প্রশ্নঃ হাদীছের মতন কাকে বলা হয়?
উত্তরঃ হাদীছের মূল বক্তব্যটিকে মতন বলা হয়।
32. প্রশ্নঃ কোন খলীফার যুগে সর্বপ্রথম হাদীছ কিতাব আকারে লিপিবদ্ধ করা শুরু হয়?
উত্তরঃ খলীফা ওমর বিন আবদুল আযীযের (রহঃ) যুগে।
33. প্রশ্নঃ হাদীছের গ্রন্থ জগতে সর্বপ্রথম কোন কিতাবটি লিপিবদ্ধ করা হয়?
উত্তরঃ মুআত্ত্বা ইমাম মালেক। এতে ১৭০০টি হাদীছ লিপিবদ্ধ করা
++++++++++++++++++++++++++
 

Sunday, 23 August 2015

হাজরে আসওয়াদ (কালো পাথর

হাজরে আসওয়াদ (কালো পাথর)
========================
পবিত্র কাবার দক্ষিণ কোণে, জমিন থেকে ১.১০ মিটার উচ্চতায় হাজরে আসওয়াদ স্থাপিত। হাজরে আসওয়াদ দীর্ঘে ২৫ সেন্টিমিটার ও প্রস্থে ১৭ সেন্টিমিটার। শুরুতে হাজরে আসওয়াদ একটুকরো ছিল, কারামিতা সম্প্রদায় ৩১৯ হিজরীতে পাথরটি উঠিয়ে নিজেদের অঞ্চলে নিয়ে যায়। সেসময় পাথরটি ভেঙে ৮ টুকরায় পরিণত হয়। এ টুকরোগুলোর সবচেয়ে বড়োটি খেজুরের মতো। টুকরোগুলো বর্তমানে অন্য আরেকটি পাথরে প্রতিস্থাপন করা হয়েছে যার চার পাশে দেয়া হয়েছে রুপার বর্ডার। রুপার বর্ডারবিশিষ্ট পাথরটি চুম্বন নয় বরং তাতে স্থাপিত হাজরে আসওয়াদের টুকরোগুলো চুম্বন বা স্পর্শ করতে পারলেই কেবল হাজরে আসওয়াদ চুম্বন-স্পর্শ করা হয়েছে বলে ধরা হবে।
হাজরে আসওয়াদ জান্নাত থেকে নেমে-আসা একটি পাথর[1] যার রং শুরুতে—এক হাদিস অনুযায়ী—দুধের বা বরফের চেয়েও সাদা ছিল। পরে আদম-সন্তানের পাপ তাকে কালো করে দেয়।[2] হাজরে আসওয়াদ স্পর্শ করলে গুনাহ মাফ হয়।[3] হাজরে আসওয়াদের একটি জিহবা ও দুটি ঠোঁট রয়েছে, যে ব্যক্তি তাকে চুম্বন-স্পর্শ করল, তার পক্ষে সে কিয়ামতের দিন সাক্ষী দেবে।[4] তবে হাজরে আসওয়াদ কেবলই একটি পাথর যা কারও কল্যাণ বা অকল্যাণ কোনোটাই করতে পারে না।[5]
[1] - الحجر الأسود من الجنة (নাসায়ি : ৫/২২৬ , আলাবানি এ হাদিসটিকে সহিহ বলেছেন: সহিহু সুনানিন নাসায়ি : ২৭৪৮ ) [2] - نزل الحجر الأسود من الجنة وهو أشد بياضا من اللبن فسودته خطايا بني آدم (তিরমিযি : হজ্জ অধ্যায় (৮৭৭) وفي رواية أشد بياضا من الثلج (ইবনু খুজায়মা : ৪/২৮২) [3] - إن مسحهما يحطان الخطايا حطا (নাসায়ি :৫/২২১; আলাবানি এ হাদিসটিকে সহিহ বলেছেন, নং ২৭৩২ ) [4] - إن لهذا الحجر لسانا وشفتين يشهد لمن استلمه يوم القيامة بحق(আহমদ: ১/২৬৬; আলবানি এ হাদিসটিকে সহিহ বলেছেন। (দ্রঃ সহিহ ইবনে মাযাহ, নং ২৩৮১) [5] - ওমর (র) বলেছেন, إني أعلم أنك لا تضر ولا تنفع - আমি নিশ্চয়ই জানি তুমি কল্যাণ অকল্যান কোনোটাই করতে পার না। (বোখারি : ৩/৪৬২)