Friday, 10 April 2015

“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”[আগ কথাতঃ একান্ত-ব্যক্তিগতঃ]

“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
চৈয়দ চ’গুড ইছলাম
sogoodislam@gmail.com
+++++++++++++++++++++++++++

(ক)আগ কথাতঃ একান্ত-ব্যক্তিগতঃ 

++++++++++++++++

            দিনটোৰ পাচঁ বক্ত নামাজত প্রত্যেক মুছলমানে কমেও মুঠ ২৭ বাৰ  হজৰত মহম্মদ(দঃ) আৰু হজৰত ইব্রাহীম(আঃ)ৰ ওপৰত দৰুদ শ্বৰীফ পঢ়ে। আল্লাহ তা’লা ও তেওঁৰ ফিৰিষ্টা সকলে হজৰত  মহম্মদ(দঃ)ৰ দৰুদ আৰু চালাম জনায় আৰু সকলো মুমিনক দৰুদ আৰু চালাম জানাবলৈ আদেশ দিছে।
Almighty Allah says: “Surely Allah and His Angels send blessings on the Holy Prophet (Sallal Laahu Alaihi Wasallim). O you who believe! Send Blessings (Durood) and Salutations (Salaams) on the Prophet with worthy Salutation”.(Surah al-Ahzab: 56)
     আমি যেতিয়া নামাজত আত্তাহীয়াতু এনেদৰে পঢ়ো-“Atthayyato Lillahe Wassalawato Wat Tayyebato. Assalamu Alaika Ayyohan Nabiyo Wa Rahmatullahi Wa Barakatoh. Assalamu Alaina Wa Ala ibadillahis Sualaiheen. Ashadu An La ilaah illal Laho Wa Ashadu Anna Mohammadan Abdohoo Wa Rasooluhoo.”প্রথম পুৰুষত চালাম জনাওঁতে-“Assalamu alaika” (“…unto you”) is a first person address.মানুহজন ওচৰত থকাতো বুজাই অর্থাৎ “Assalamu alaikum”ৰ দৰে হয়।
  ++++++++++++++++++++++
                    উক্ত বিষয়ত বহু কথাই আহি পৰে। যেনে ৰচুল কৰিম(দঃ) তেওঁৰ মৃত্যুৰ পিছতো নামাজিৰ ওচৰত আছিল নেকি।বহুতে ইয়াক খেলিমেলি কৰাৰ দৰে কোনো conflict নাই। এইবোৰ পিছত কেতিয়াবা আলোচনা কৰা হ’ব।
                   পৃথিবীৰ মানুহে হজৰত মহম্মদ(দঃ)ক যি স্থানেই নিদিয়ক লাগে মহান আল্লাহ তা’লাই কিন্তু প্রথম স্থান দিছে। DUROOD-E-IBRAHIMIক  দৰুদ শ্বৰীফৰ ৰজা বুলি কোৱা হয়, যাক নামাজত পঢ়া হয় য’ত হজৰত মহম্মদ(দঃ) আৰু হজৰত ইব্রাহীম(আঃ)ৰ ওপৰত দৰুদ শ্বৰীফ,চালাম জনোৱা হয়। গতিকে হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনী পাবলৈ হ’লে হজৰত ইব্রাহীম(আঃ)ৰ পৰা কিছু কথা জনাটো ভাল হ’ব।
ALLAHUMMA SALLI ALA MUHAMMADIW WA ALA AALI MUHAMMADIN KAMAA SALLAITA ALA IBRAHIMA WA ALA AALI IBRAHIMA INNAKA HAMIDUM MAJID. ALLAHUMMA BAARIK ALA MUHAMMADIW WA ALA AALI MUHAMMADIN KAMAA BAARAKTA ALA IBRAHIMA WA ALA AALI IBRAHIMA INNAKA HAMIDUM MAJID.
“O Allah, let Your Blessings come upon Muhammad and the family of Muhammad, as you have blessed Ibrahim and his family. Truly, You are Praiseworthy and Glorious. Allah, bless Muhammad and the family of Muhammad, as you have blessed Ibrahim and his family. Truly, You are Praiseworthy and Glorious”.
++++++++++++++++++++++++++++++
                 আমাৰ ফেচ বুকৰ বন্ধু-বান্ধবীয়ে আমাক ইছলামৰ ওপৰত লিখাত উৎসাহিত কৰে। ইয়াৰ মাজত ছাত্র-ছাত্রী, সন্বন্ধীয়া লোক, ডাক্তৰ, ইঞ্জিনীয়াৰ, ডক্তৰেট(Phd) আৰু মৌলনা থকাৰ উপৰিও বিদেশৰ বহু বন্ধু-বান্ধবী আছে। সকলোকে মই আন্তৰিক কৃতজ্ঞতা জনালো।
                আমি বিজ্ঞানৰ ছাত্র আছিলো আৰু এজন চিভিল ইঞ্জিনীয়াৰ হিচাবে কর্মৰত। হাইস্কুলত থাকোতে বিজ্ঞানৰ এখন কর্মশালাৰ যোগেদি পৰমাণু(Atom)ৰ প্রতি বিষেশ  আকর্ষিত হৈছিলো। যেতিয়াই ইছলামক বিঞ্জানৰ চকুৰে চাবলৈ আৰম্ভ কৰিলো তেতিয়াই ইছলামৰ যেন সোণত সোঁৱগা চৰিল। বর্তমান internet আৰু ডাঃ জাকিৰ নায়কৰ ভাষণে বহু সহায় কৰিছে। আমি যুক্তিবাদী মানুহ; গতিকে তেনে ধৰণেৰেই বিশ্লেষণ কৰো। কেইবছৰ মান আগতে আমি এটা দীঘলিয়া প্রৱন্ধ আৰম্ভ কৰিছিলো তাত বিশ্বব্রহ্মাণ্ডৰ আদি(origin) কি তাক ইছলামৰ যোগেদি জানিবলৈ চেষ্টা কৰিছিলো। ই এতিয়াও অব্যাহত আছে। এইবোৰ কৰিবলৈ যাওঁতে আমি Big-Bang, Large Hadron Collider(LHC) (http://www.stfc.ac.uk/646.aspx ), Quantum mechanics  আদিৰ মাজত সোমাই পৰিছিলো। এইটো ঠিকযে LHCৰ উদ্দেশ্যই হৈছে বিশ্বব্রহ্মাণ্ডৰ আদি(origin) আবিস্কাৰ কৰা। Quantum mechanics বুজাত অতি কঠিন। ইয়াৰ application বোৰ অতি সহজ ; কিন্তু বুজাত অসুবিধা।
                   কোৱাণ্টাম-মেকানিক্সৰ সফল ব্যৱহাৰিক প্রয়োগৰ বহুত উদাহৰণ আছে। বর্তমান ব্যৱহৃত লেজাৰ ইলেকট্রণ মাইক্রস্ক’প ট্রেঞ্জিষ্টাৰ, বিভিন্ন ধৰণৰ অর্ধ-পৰিবাহী পদার্থৰে নির্মিত সা-সৰঞ্জাম, নিউক্লীয় শক্তিউতপাদক ৰিয়েক্টৰ আদি নির্মাণত কোৱাণ্টাম-মেকানিক্স ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি পৰমাণুৰ গঠন, ৰাসায়নিক বিক্রয়া, পোহৰকে আদি কৰি বিভিন্ন বিদ্যুত চুম্বকীয় তৰংগৰ উৎপত্তি, পদার্থৰ বৈদ্যুতিক আৰু তাপীয় পৰিবাহিতা আৰু অন্যান্য যান্ত্রিক ধর্মৰ সফল ব্যাখ্যাৰ বাবে কোৱাণ্টাম-মেকানিক্সৰ প্রয়োগ অপৰিহার্য্য । যান্ত্রিকভাৱে কোৱাণ্টাম-মেকানিক্সৰ নীতিবোৰ প্রয়োগ কৰাত বিশেষ অসুবিধা নাই আৰু ব্যৱহাৰিক বিজ্ঞানত তাকেই কৰা হয়।
              কোৱাণ্টাম-মেকানিক্সৰ দার্শনিক দিশটোহে চিন্তাৰ কাৰণহৈ পৰে। কাৰণ সৃষ্টি তত্বৰ ব্যাখ্যাৰ সময়ত ইয়াৰ এই দার্শনিক তাতপর্য্যৰ প্রতিয়েই অধিক গুৰুত্ব দিবলগগীয়া হয়।
                      সৃষ্টিৰ আগমুহূর্তত ইয়াৰ অৱস্থা কি আছিল; কণিকাটো সৃষ্টিহৈ ক’ত অৱস্থান কৰিব; কণিকাটো কিয় সৃষ্টি হ’ল আদি প্রশ্নবোৰৰ উত্তৰ কোৱাণ্টাম তত্বত থাকিব নোৱাৰে।
                     আধুনিক কোৱাণ্টাম ক্ষেত্রতত্ব মতে আমি যাক শূণ্য[space] বুলি কওঁ ,প্রকৃততে ই শক্তিৰে পৰিপূর্ণ হৈ আছে।
+++++++++++++++++++++++
                          আমি অতি সুখি যে আমাৰ এগৰাকী জী-সম fb বান্ধবী আছে। তেখেতে অলপতে ৰসায়নত ডক্তৰেট(Phd) ডিগ্রী লাভ কৰিছ। জনামতে তেখেতৰ মূল element আছিলQuantum mechanics । আমি আশা কৰিম তেখেতে আমাক সহায় কৰিব। তেখতৰ দীর্ঘায়ো আৰু উন্নতিৰ দোৱা কৰিছো। আমিন। sogoodislam@gmail.com  24/08.2014
                                                                     –oo0oo–
“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
চৈয়দ চ’গুড ইছলাম
sogoodislam@gmail.com
+++++++++++++++++++++++++++

(খ)আগ কথাতঃ একান্ত-ব্যক্তিগতঃ 

++++++++++++++++
pix
             উল্লেখিত গ্রন্থ খনত Michael H. Hartএ হজৰত মহম্মদ চলল্লাহু আলেহি ৱা চল্লামক বিশ্বৰ এশ জন শ্রেষ্ঠ মানবৰ ভিতৰত সর্বশ্রেষ্ঠ আসনত বহুৱাইছে। ইয়াৰ কাৰণ হিচাবে তেওঁ কৈছে যে, ইতিহাসত ধর্মীয় আৰু ধর্মনিৰপেক্ষৰ সর্ব্বোচ্চ সফলতা লাভ কৰা মানুহ জনেই আছিল হজৰত মহম্মদ চলল্লাহু আলেহি ৱা চল্লাম। কি ধর্ম কি ৰাজনিতি উভয় পক্ষতে তেওৰ কার্যকাৰিতা ইমানেই শক্তিশালী আছিল যে আজি চৌধ্যশ বছৰৰ পিছতো কার্যক্ষমহৈ আছে। তালিকাত থকা বেছিভাগেই সভ্যতা আৰু সুবিধাৰ মাজেৰে জন্মগ্রহন কৰাৰ দৰে হজৰত মহম্মদ চলল্লাহু আলেহি ৱা চল্লামে একোৱেই পোৱা নাছিল আৰু ছয় বছৰ বয়সতেই ঘাট মাওৰা হ’ব লগা হৈছিল।
Michael H. Hartএ লিপিবদ্ধ কৰা তালিকা খন এনেদৰে আছিলঃ-
1. Prophet Muhammad (Darood)
2. Isaac Newton
3. Jesus Christ
4. Buddha
5. Confucius
6. St. Paul
7. Ts’ai Lun
8. Johann Gutenberg
9. Christopher Columbus
10. Albert Einstein
11. Karl Marx
12. Louis Pasteur
13. Galileo Galilei
14. Aristotle
15. Lenin
16. Moses
17. Charles Darwin
18. Shih Huang Ti
19. Augustus Caesar
20. Mao Tse-tung
21. Genghis Khan
22. Euclid
23. Martin Luther
24. Nicolaus Copernicus
25. James Watt
26. Constantine the Great
27. George Washington
28. Michael Faraday
29. James Clerk Maxwell
30. Orville Wright and Wilbur Wright
31. Antoine Laurent Lavoisier
32. Sigmund Freud
33. Alexander the Great
34. Napoleon Bonaparte
35. Adolf Hitler
36. William Shakespeare
37. Adam Smith
38. Thomas Edison
39. Anthony van Leeuwenhoek
40. Plato
41. Guglielmo Marconi
42. Ludwig van Beethoven
43. Werner Heisenberb
44. Alexander Graham Bell
45. Alexander Fleming
46. Simon Bolivar
47. Oliver Cromwell
48. John Locke
49. Michelangelo
50. Pope Urban II
51. Umar ibn al-Khattab
52. Asoka
53. St. Augustine
54. Max Planck
55. John Calvin
56. William T.G. Morton
57. William Harvey
58. Antoine Henri Becquerel
59. Gregor Mendel
60. Joseph Lister
61. Nikolaus August Otto
62. Louis Daguerre
63. Joseph Stalin
64. Rene Descartes
65. Julius Caesar
66. Francisco Pizarro
67. Hernando Cortes
68. Queen Isabella I
69. William the Conqueror
70. Thomas Jefferson
71. Jean-Jacques Rousseau
72. Edward Jenner
73. Wilhelm Conrad Rontgen
74. Hohann Sebastian Bach
75. Lao Tzu
76. Enrico Fermi
77. Thomas Malthus
78. Francis Bacon
79. Voltaire
80. John F. Kennedy
81. Gregory Pincus
82. Sui Wen Ti
83. Mani
84. Vasco da Gama
85. Charlemagne
86. Cyprus the Great
87. Leonhard Euler
88. Niccolo Machiavelli
89. Zoroaster
90. Menes
91. Peter the Great
92. Mencius
93. John Dalton
94. Homer
95. Queen Elizabeth
96. Justinian I
97. fJohannes Kepler
98. Pablo Picasso
99. Mahavira
100. Niels Bohr
Honorable Mentions and Interesting Misses:
• St. Thomas Aquinas
• Archimedes
• Charles Babbage
• Cheops
• Marie Curie
• Benjamin Franklin
• Gandhi
• Abraham Lincoln
• Ferdinand Magellan
• Leonardo da Vinci

++++++++++++++++

আমি হজৰত মহম্মদ(দঃ)ৰ ধাৰাবাহিক জীৱনীৰ নামাকৰণ কৰিছো-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”-ইয়াত আমি হজৰত মহম্মদ(দঃ)ৰ জীৱনী লিখিব নোৱাৰো। যিহেতু তেখেতৰ পূর্ণাঙ্গ জীৱনী লিখা কাৰো বাবেই সম্ভব নহয়। সেয়েহে আমি ইয়াত এদাল গ্রাফ অর্থাৎ লেখ ব্যৱহাৰ কৰিছো। এই গ্রাফদাল হজৰত মহম্মদ(দঃ)ৰ জন্মৰ আগলৈকেগৈ পুনৰ হজৰত ইব্রাহিম(আঃ)তকৈয়ো বহু পিচুৱাইগৈ হজৰত আদম(আঃ)ৰ আৰম্ভ হ’ব। ইয়াৰ কাৰণ হিচাবে তলত দিয়া ধৰণেৰে হ’ব পাৰেঃ-
The Prophet (Allah bless him and give him peace) is both the ‘Light of Allah’ and ‘a human being’, and the inability to join between the two aspects is a lack of understanding of the greatness of al-Haqiqa al-Muhammadiyya, the ‘Muhammadan Reality’.
1]”There has come to you a Light from Allah, and a Manifest Book” (Qur’an 5:15).
2]”Say: I am but a man like you who is divinely inspired that your god is but One God” (Qur’an 18:110)

To gain an idea of their point of departure, we may note that the entire universe has been created by Allah in order that His names and attributes might be manifest, that is, in order that He might be known, for He says,
3]”Nor did I create jinn and men, except to worship Me” (Qur’an 51:56).
আগলৈ-to be contd….]]
———-oo0oo———

No comments:

Post a Comment