(2)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-
-পৰকালৰ চাক্ষুষ ঘটনা-
“বৈজ্ঞানিকভাৱে প্রমাণিত বিশ্ব নবীৰ(দঃ) স-শৰীৰে মে’ৰাজ ভ্রমণ”
By:- sogoodislamsyeds
+++++++++++++++++++++++
- সম্পূর্ণ মে’ৰাজ ভ্রমণটোক যোৱা(Up) আৰু ঘূৰি অহা(Return)কে ধৰি মুঠ ছটা ভাগত বিভক্ত কৰিব পাৰিঃ-
This journey consist of 3 stages:
1. FROM AL HARAM TO AL AQSA MOSQUE
2. FROM AL AQSA MOSQUE TO SIDRA TUL MUNTAHA
3. FROM SIDRA TUL MUNTAHA TO QAAB O QOSAIN
and
4. RETURN
5. THE RESPONSE
6. REFERENCES
-পৰকালৰ চাক্ষুষ ঘটনা-
“বৈজ্ঞানিকভাৱে প্রমাণিত বিশ্ব নবীৰ(দঃ) স-শৰীৰে মে’ৰাজ ভ্রমণ”
By:- sogoodislamsyeds
+++++++++++++++++++++++
- সম্পূর্ণ মে’ৰাজ ভ্রমণটোক যোৱা(Up) আৰু ঘূৰি অহা(Return)কে ধৰি মুঠ ছটা ভাগত বিভক্ত কৰিব পাৰিঃ-
This journey consist of 3 stages:
1. FROM AL HARAM TO AL AQSA MOSQUE
2. FROM AL AQSA MOSQUE TO SIDRA TUL MUNTAHA
3. FROM SIDRA TUL MUNTAHA TO QAAB O QOSAIN
and
4. RETURN
5. THE RESPONSE
6. REFERENCES
1] হাৰামৰ পৰা মচজিদে আকচালৈ- FROM AL HARAM TO AL AQSA MOSQUE:-
হজৰত মহম্মদ(দঃ) ক্কাবা শ্বৰিফৰ হাতীমত হজৰত হামজা(ৰাঃ) আৰু এজন চাহাবা(ৰাঃ)ৰ সৈতে একে ঠাইতে শুই আছিল। সেই সময়তেই ফিৰিস্তা মাকাইল(আঃ)ৰ সৈতে ফিৰিস্তা জিবৰাইল(আঃ) হজৰত মহম্মদ(দঃ)ৰ ওচৰলৈ আহি তেওঁক(দঃ) জগাবলৈ ধৰিলে। সাৰ পাই তেওঁ(দঃ) কাকো নেদেখি শুই থাকিল। এই কাম পুণৰাবৃত্তি হ’ল। তৃতিয় বাৰত জিবৰাইলে(আঃ) হজৰত মহম্মদ(দঃ)ৰ হাতত ধৰি জগাই ক’লে- আল্লহ তা’লাই(swt) আপোনাক ল’গ কৰিব বিছাৰিছে। (In Rooh al Maani 5:15, narrated by Malik bin Sausaa rz, hijar is mentioned as the resting place of Prophet Muhammad, and in another hadith Hateem is mentioned)
জিবৰাইল(আঃ) হজৰত মহম্মদ(দঃ)ক জমজম কোঁৱাৰ ওচৰলৈ আনি মাকাইল(আঃ)ক এখন থাল আৰু জমজম পানী আনিবলৈ ক’লে যাতে হজৰত মহম্মদ(দঃ)ৰ অন্তৰ খন ধুব পাৰে। সকলো বস্তু যোগাৰ হোৱাৰ পাছত জিবৰাইলে(আঃ) হজৰত মহম্মদ(দঃ)ৰ বুকুৰ মাজৰ পৰা অন্তৰ(কলিজা) খন উলিয়াই আনি( revealed) তিনিবাৰ ধুলে । এই কামত মাকাইলে(আঃ) সাতবাৰ জমজম পানী যোগান ধৰিছিল।
এই অন্তৰ ধৌত কার্য্যত কিন্তু কোনো তেজ ওলোৱা নাছিল আৰু বিষো অনুভৱ হোৱা নাছিল। [The Prophet’s(D:) chest was opened, the heart removed, washed and re-inserted. (Was this the first-ever open-heart surgery)? (Note: 4 times in His life, Prophet Muhammad’s (peace be upon him) heart was washed). অন্তৰ ধোৱা কাম শেষ হোৱাৰ পাছত মাকাইলে(আঃ) এখন সোণৰ থাল আনিলে য’ত বিশ্বাস আৰু হিকমতেৰে[ حكمة Wisdom] পৰিপূর্ণহৈ আছিল। এই বিশ্বাস আৰু হিকমতক হজৰত মহম্মদ(দঃ)ৰ অন্তৰত ভৰাইদি সকলো কাম সম্পূর্ণ কৰি দুই বাহুৰ মাজত Prophet-Hoodৰ মোহৰ মাৰি দিয়া হ’ল। আমি ইয়াত দিয়া ফটোখন কোনো শিল্পিৰ সৃষ্টিহ।ইয়াতে ক্লিক কৰক[Description of the Seal of Prophethood- http://islamqa.info/en/22725]
-ক্রমশঃ-[next sat.day-in sha Allah]


No comments:
Post a Comment