(৮)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
++++++++++++++++++++++++++++++++++++
খণ্ড-৬
“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
By:- sogoodislam@gmail.com
----------------------------------------------------------
——-কা’বা-শ্বৰিফৰ মূল ঘৰটো আছে আচমানত আল্লাহ তা’লাৰ ওচৰত যাক কোৱা হয় “আল বাইতউল-মা’মুৰ(Al Bait-ul-Ma’mur)”। তাৰ তুলনাত কা’বা-শ্বৰিফ তেনেই সৰু।
কা’বা-শ্বৰিফৰ কথা কোৰআন শ্বৰিফত উল্লেখ আছেঃ-
The word(s) “Kaaba” appears 3 time(s) in 3 verse(s) in Quran in Muhammad Habib Shakir translation.
১]( سورة المائدة , Al-Maeda, Chapter #5, Verse #95-www.quran.com/5/95)
২]( سورة المائدة , Al-Maeda, Chapter #5, Verse #97-www.quran.com/5/97)
৩]( سورة الطور , At-tur, Chapter #52, Verse #4-www.quran.com/52/4)
———-ইয়াৰোপৰি আল্লাহৰ ৰচুল হজৰত মহম্মদ(দঃ) ৰ “মে’ৰাজ(‘Isra wal Miraaj’) ভ্রমণত ইয়াৰ কথা উল্লেখিত হৈছে।
——— “Then I was shown Al-Bait-al-Ma’mur (i.e. Allah’s House). I asked Gabriel about it and he said, This is Al Bait-ul-Ma’mur where 70,000 angels perform prayers daily and when they leave they never return to it (but always a fresh batch comes into it daily).”
vedio,click,pl=https://youtu.be/cXuNQSf6V2E [কা’বা-শ্বৰিফৰ উক্ত মূল কথাটোৰ এটা সুন্দৰ অংকৰ মাজেৰে বুজোৱা ভিডিঅ’ পঠাইছে ডক্তৰ ছৈয়দা ৰাইসান ইয়াছীন (ৰসায়ন,আই,আই,টি-গুৱাহাটী)(৫/৯/২০১৪)][video in Urdu-https://youtu.be/Pm4RCZAdKxg]
হজৰত মহম্মদ(দঃ) আল্লাহ তা’লাৰ পয়গম্বৰ হোৱাৰ আগতে কা’বা ঘৰক তেওঁ(দঃ) নতুনকৈ বনায়। ইয়াৰ বাবে ৰক্তপাত আৰু তেখেতে(দঃ) বহু বলিদান দিবলগীয়া হৈছিল। ইয়াৰ বিষয়ে পিছত উল্লেখিত হ’ব।প্রথম অৱস্থাত সূমোৱা আৰু ওলোৱাৰ বাবে দুখন দুৱাৰ আছিল। পিছত এখন খিৰিকিৰো ব্যৱস্থা কৰা হৈছিল। বর্তমান কিন্তু এখন দুৱাৰ আৰু কোনো খিৰিকি নাই।

———হজৰত ইব্রাহীম(আঃ) আৰু হজৰত ইছমাইলে(আঃ) যি কা’বা ঘৰ বনাইছিলে সেই একেটাই ঘৰ আজিৰ কা’বা ঘৰ নহয়। বিভিন্ন সময়ত মানুহ আৰু প্রাকিৃতিক দুর্য্যুগৰ বলিহোৱা কা’বা ঘৰক বহুবাৰ মেৰামতি কৰা হৈছে।
হজৰত মহম্মদ(দঃ) আল্লাহ তা’লাৰ পয়গম্বৰ হোৱাৰ আগতে কা’বা ঘৰক তেওঁ(দঃ) নতুনকৈ বনায়। ইয়াৰ বাবে ৰক্তপাত আৰু তেখেতে(দঃ) বহু বলিদান দিবলগীয়া হৈছিল। ইয়াৰ বিষয়ে পিছত উল্লেখিত হ’ব।প্রথম অৱস্থাত সূমোৱা আৰু ওলোৱাৰ বাবে দুখন দুৱাৰ আছিল। পিছত এখন খিৰিকিৰো ব্যৱস্থা কৰা হৈছিল। বর্তমান কিন্তু এখন দুৱাৰ আৰু কোনো খিৰিকি নাই।
আগতে সপ্তাহত দুবাৰ কা’বা ঘৰৰ দুৱাৰ খোলা হৈছিল। কিন্তু আজিকালি কিছু বিশেষ লোকৰ বাবে বছৰত দুবাৰ দুৱাৰ খোলা হয়। তলৰ ভিডিঅ’টো ক্লিক কৰি চাওকঃ-
--ক্রমশঃ-on next Friday(22.5.15)-in sha Allah--sgis-15.05,2015

No comments:
Post a Comment